Assam History (অসম বুৰঞ্জী) PDF
Document Details
Uploaded by Deleted User
Raja Sir
Tags
Summary
This document provides an overview of Assam's history, covering topics such as the ancient dynasties, the medieval period, and modern Assam. It details important historical events and figures.
Full Transcript
This PDF is subject to copyright, if someone shares automatically detect. Assam History (অসম বুৰঞ্জী) ইতিহাসি অসমৰ উৎপতি সংস্কৃি শব্দ “আহহাম” অৰ্াৎ...
This PDF is subject to copyright, if someone shares automatically detect. Assam History (অসম বুৰঞ্জী) ইতিহাসি অসমৰ উৎপতি সংস্কৃি শব্দ “আহহাম” অৰ্াৎ থ অিু লনীয় বা “অিু ল” শব্দৰ পৰা হহহে। পপৌৰাতিক গ্ৰন্থি এই ভূ তমক "প্ৰগহ্যাতিষপুৰ "পূবৰ পপাহৰৰ চহৰ" বা "পূব প্যাতিষৰ নগৰ" তহচাহপ বিনা থ কৰা হহহে। আহহাম শাসকসকল অসমক "নুং দুন চুন খান" বা “পসািালী বাতগচাৰ পদশ" বুতল বিনা থ কতৰতেল | দানব বংশ অসমৰ প্ৰৰ্ম শাসক আতেল মতহৰাংগদানব। মতহৰাংগ দানবাৰ তপেি হটকাসুৰ, সম্ভাসুৰ আৰু ৰত্নাসুৰ প্ৰাগহ্যাতিষপুৰ ৰ্া হয়। িাৰ তপেি ঘটকাসুৰ প্ৰাগহ্যাতিষপুৰ ৰ্া হয়। নৰকাসুৰ নৰকাসুৰ ঘটকাসুৰ হিযা কতৰ প্ৰাগহ্াতিষপুৰৰ ৰ্া হয়। নৰকাসুৰ এটা নিু ন বংশ "ভ ৌমা বংশ" প্ৰতিষ্ঠা কতৰতেল I নৰকাসুৰক কৃষ্ণই বধ কতৰ পিওঁ ৰ পুত্ৰ গদত্তই ৰা্পাট দখল কহৰ। পকাৱা হয় পে ভগদিই মহাভাৰিৰ েুদ্ধি অংশগ্ৰহি কতৰতেল দুহোধনৰ থ ভগদত্তৰ কন্যা ভান্ুমতীক বিযা কৰাইবিল আৰু িততমান্ গুৱাহাটী হাইককাটত ৰ সমীপত দীঘলীপুখুৰী খন্দাইবিল| ভগদিৰ তপেি , ব্ৰ্দি প্ৰাগহ্াতিষপুৰৰ ৰ্া হয়। ব্ৰ্দিৰ সময়ৰ পৰা চিু ৰ্ শতিকাললহক থ আমাৰ অসম বুৰঞ্জীৰ পকাহনা ধাৰিা নাই গতিহক এই সময়হোৱা অন্ধকাৰৰ েুগ পবালা হয়। বমনম বংশ (৩৫০ খ্ৰীষ্টাব্দ — ৬৫০ খ্ৰীষ্টাব্দ) পুষযবমহন থ (৩৫০-৩৭৪) বমনথ বংশ প্ৰতিষ্ঠা কতৰতেল। পিওঁ সমুদ্ৰগুপ্তৰ সমসামতয়ক আতেল। ভাষ্কৰ বমনৰ থ তশলাতলতপ আৰু তনতধপুি পেট তশলাতলতপৰ পৰা। আতম পুষযবমনৰ থ তবষহয় ্াতনব পাতৰ পিওঁ "মহাৰাজাধিৰাজ" উপাতধ হলতেল। সমুদ্ৰ বমণম (৩৭৪—৩৯৮) পুষযবমনৰ থ তপেি সমুদ্ৰবমিথ (৩৭৪-৩৯৮) বমনথ বংশৰ ৰ্া হয়। Material prepared by Raja Sir 1 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. পিওঁ তিিীয় চন্দ্ৰগুপ্তৰ সমসামতয়ক আতেল – পিওঁ পুষযবমনৰ থ দহৰই পিওঁ "মহাৰা্াতধৰা্" উপাতধ হলতেল। বলবমনম (৩৯৮ — ৪২২) সমুদ্ৰ বমনৰ থ তপেি বলবমনথ ৰ্া হয়। কলহন ৰা্িৰংতগনীৰ মহি ,( তশলাতলতপ ) কাশ্মীৰৰ ৰ্াই পমঘবাহন পমগবাহানৰ লগি কামৰূপৰ ৰ্া বল বমনথ ৰ কনযা অমৃিপ্ৰভাৰ লগি তবয়া তদতেল ৷ অমৃি প্ৰভাই কাশ্মীৰি এটা পবৌদ্ধ ভৱন তনমাি থ কতৰতেল োৰ নাম আতেল" অমৃি ভৱন "। পিওঁ তন্ৰ ভূ খণ্ড কতপলী নদীৰ পাৰৰ দবাকাললহক সম্প্ৰসাৰি কতৰতেল)। কলযাণবমণম (৪২0 — 880) বলবমনৰ থ তপেি কলযািবমনথ ৰ্া হয়। গণপধিৱমনম মহহন্দ্ৰ বমনম নাৰায়ণবমণম মহা ূ ধিবমনম - (৫১৮ — ৫৪২) পিওঁ “পৰম ট্টাৰক পৰম দদৱত্ত” উপাতধ হলতেল। পিওঁ অশ্বহমি যজ্ঞ আগবঢাইতেল। "যহশািমহন ম মহা ূ ধিবমনম ৰা্ত্বি আক্ৰমি কহৰ আৰু যহশািমণম মালৱাৰ ৰ্া হয়। এয়া আতেল পশ্চিমৰ পৰা প্ৰৰ্ম ডাঙৰ আক্ৰমি।" ধিিবমনম পিওঁ ১০ বেৰ শাসন কহৰ। পিওঁ দুটা অশ্বহমি যজ্ঞ অনুষ্ঠান সম্পন্ন কতৰতেল। সুধিিবমনম পিওঁ ৰ তবখযাি নাম আতেল মৃগাংগা। পিওঁ ৰ দুই পুত্ৰ আহে, সুপ্ৰধিধিি বমণম আৰু াস্কৰবমন। ম াস্কৰবমনম (598-650 AD) ৰ্া পহাৱাৰ তপেি িাই " াস্কৰব্দ" বা "কামৰূপী যুগ" নাহমহৰ এক নিু ন েুগ আৰম্ভ কহৰ। পিওঁ হষবধ থ নৰ থ হসহি তমত্ৰিা কতৰ পগৌৰ ৰ্া শশাঙ্ক আক্ৰমি । পিওঁ ৰ অঞ্চলৰ সময়হোৱাি চীনৰ ৰাষ্ট্ৰদূি ধহউহৱন ছাহে অসম ভ্ৰমি কতৰতেল। ভেচ্চ বংশ / শালস্তম্ভ বংশ উিৰাতধকাৰী পনাহহাৱালক ভাষ্কৰবমনৰ থ মৃিুযৰ তপেি ৰা্য শালস্তম্ভ ( পেচ্চ পনিা ) হািলল গল ৷ পেচ্চা পনিা শালস্তম্ভ এই অঞ্চলৰ নিু ন শাসক হয় আৰু এইয়াই আতেল শালস্তম্ভ বংশৰ আৰম্ভতি। শালস্তম্ভ বংশৰ ৰা্ধানী আতেল হৰুহপশ্বৰ তেহটা বিথমান পি্পুৰৰ ওচৰৰ আধুতনক ি- পবিীয়া থ হসহি তচনাক্ত কৰা হহহে। Material prepared by Raja Sir 2 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. িযাগ ধসংহা এই বংশই ২১ ্ন ৰ্াৰ হসহি ২৫০ বেৰ শাসন কহৰ। িযাগ তসংহ আতেল শালিম্ভ বংশৰ পশষ শাসক। শ্ৰী হষবম থ াহদহৱা থ পসই সময়ৰ এ্ন মহান শাসক আতেল। পনপালৰ পশুপতিনাৰ্ মশ্চিৰৰ তশলাতলতপি এই শাসকৰ তবষহয় স্পষ্টলক উহেখ কৰা হহহে। পিওঁ হৰুহপশ্বৰি ভহটু কাচু ধলন মশ্চিৰ তনমাি থ কহৰ। শ্ৰীহষবম থ ৰথ তপেি বনমালাবমনথ কামৰূপৰ ৰ্া হয়। পালা বংশ [৯৯০ — ১১৪২ খ্ৰীষ্টাব্দ] উিৰাতধকাৰী পনাহহাৱালক িযাগ মৃিুযৰ তপেি পভৌমা পতৰয়ালৰ এ্ন সদসয। বংগৰ পাল সাম্ৰা্যৰ পগাপালৰ দহৰই ব্ৰহ্মপালক শাসকীয় চীটসকহল ৰ্া তনবাতচি থ কতৰতেল। ব্ৰহ্মপাল (৯৯০ — ১০১০) খ্ৰীষ্টাব্দ ৰত্নপাল (১০১০ - ১০৪০) খ্ৰীষ্টাব্দ ইন্দ্ৰপাল (১০৪০ - ২০৬৫) খ্ৰীষ্টাব্দ পগাপাল (১০৬৫ - ১০৮৫) খ্ৰীষ্টাব্দ হষপাল থ (১০৮৫ - ১০৯৫) খ্ৰীষ্টাব্দ ধমপাল থ (১০৯৫ - ১১২০) খ্ৰীষ্টাব্দ ্য়পাল (১১২০ - ১১৪২) খ্ৰীষ্টাব্দ ্য়পাল আতেল পশষ শাসক পাল বংশ। চুিীয়া ৰাজয এহকাদশ শতিকাৰ প্ৰৰ্মাধিথ আহহাম ৰা্যৰ কাষি ব্ৰহ্মপুত্ৰৰ উিৰ পাহৰ পসাৱনতশতৰ আৰু দতিনপাহৰ তদচাং হনৰ পূহৱ চুিীয়া সকলৰ ৰা্য আতেল আনুমাতনক 1189 চনি চুিীয়া ৰ্া বীৰ পাহল শতদয়াি চুিীয়া ৰা্য স্থাপন কতৰতেল বীৰ পালৰ তপেি 10 ্ন ৰ্াই ৰা্ত্ব কহৰ অষ্টম ৰ্া িীৰ নাৰায়ণ বা িমধ্বজ ম পালৰ পুত্ৰ সন্তান নাতেল আৰু বহু পূ্া-পসৱা কৰাৰ তপেি বঢাকালি এটট কনযা সন্তান ্ন্ম তদতেল োৰ নাম আতেল সিী সািনী সিী সাধনীৰ তবয়া হহতেল এ্ন সাধাৰি চুিীয়া পডকাৰ লগি োৰ নাম আতেল ধনিাই পুত্ৰ নৰ্কাৰ বাহব ধীৰ নাৰায়হি প্াঁৱাই তনিাইক ৰ্া পহি | ৰ্া হহ তনিাইহয় নীতি পাল নাম লয় তপেি নীধি পাল অনীতি পৰায়ন পহাৱাি পসই সুহোগ হল আহহাম ৰ্া চুিীয়া ৰা্য আক্ৰমি কহৰ আৰু নীতিপালক হিযা কতৰ এই অঞ্চল আহহাম সাম্ৰা্যৰ অন্তভূ ক্ত থ কহৰ তপেি আহহাহম সিী সধনীক আত্মসমপিথ কতৰবলল তনহদথ শ তদয়াি, ইয়াক অতশ্বকাৰ কতৰ চন্দনধগধৰ পবিৰ ম পৰা ্তপয়াই সাধনীহয় অাাত্মহিযা কহৰ এই বীৰাংগনা সিী গৰাকীৰ প্ৰতি শ্ৰদ্ধা ্নাই প্ৰতি বেৰৰ বহাগ পূধণমা ম তিতৰ্ি অসমি " সিী সািনী ধদৱস " পালন কৰা হয় Material prepared by Raja Sir 3 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. খান বা ভখন বংশ খান বা পখন বংশৰ প্ৰৰ্ম ৰ্া আতেল নীলধ্বজ পিওঁ কমিাপুৰি পুনৰ ৰা্ধানী পাতি কমহিশ্বৰ উপাতধ গ্ৰহি কতৰতেল নীলধ্ব্ৰ তপেৰ পিওঁ ৰ পুত্ৰ চক্রধ্বজ ৰ্া হয় পিওঁ ৰ তদনি চুলিান বৰৱাক োহহ কমিা ৰা্য আক্ৰমি কতৰতেল চক্ৰধ্ব্ৰ তপেি পুহিক নীলাম্বৰ ৰ্া হয় নীলাম্বৰ আতেল এই বংশৰআটাইিলক পৰাক্ৰমী ৰ্া পিওঁ ৰা্ধানী কমিাপুৰৰ পৰা পখাৰাঘাট হল এটা আতল তনমাি থ কতৰতেল নীলাম্বৰৰ বাতঢ অহা িমিা চাই আলাউদ্দিন হুহছন ছাহ 1498 চনি এই ৰা্য আক্ৰমি কহৰ মুেলমান হসনযৰ হািি পৰাস্ত হহ নীলাম্বৰ ৰা্ধানী এতৰ পলাই োয় কমিা ৰা্য অতধকাৰ কতৰ হুহেন োহহ পিওঁ ৰ পুত্ৰ দাধনয়ালক এই অঞ্চলৰ শাসনকিথা তনেুক্ত কহৰ অতচহৰই ভূ ঞা একশ্চত্ৰি হহ দানীয়ালক হিযা কহৰ তকেু তদন তপেি ভূ ঞা সকলক হিযা কতৰ ধবশু বা ধবশ্ব ধসংহ নামৰ ভমচ বা ভকাচ ্ািীয় পলাহক 1515 চনি পকাচ ৰা্য প্ৰতিষ্ঠা কহৰ আৰু সমগ্ৰ পকাচ ৰা্যি পকাচ সকলৰ শাসন প্ৰতিষ্ঠা হয় ভকাোঁচ ৰাজয * ষষ্ঠদশ শতিকাৰ আগভাগি পকাঁচ বংশীয় বীৰপুৰুষ ধবশ্ব ধসংহই পকাঁচ ৰা্য প্ৰতিষ্ঠা কহৰ * তবশ্ব তসংহৰ পােি পিওঁ ৰ পুত্ৰ মল্লহদৱ ৰজা হয় আৰু নাম লয় নৰনাৰায়ণ * আৰু পসনাপতি হয় শুক্লধ্বজ (ধচলাৰায়) নৰনাৰায়ণ: তপিৃদি নাম মল্লহদৱ | ৰ্া পহাৱাৰ তপেি নাম হয় নৰনাৰায়ন পিওঁ তবহদযাৎসাহী পৰাক্ৰমী আৰু ধমপৰায়ন থ পকাঁচ ৰ্া আতেল তপিৃৰ মৃিুযৰ সময়ি নৰনাৰায়ি বাৰানসীি অধযয়ন কতৰ আতেল এই সুহোগ হল ভািৃ নৰতসংহই তসংহাসন অতধকাৰ কহৰ তপেি মেহদৱ ভাহয়ক শুক্লধ্ব্ৰ সহায়ি েুদ্ধি নৰতসংহক পৰাস্ত কতৰ তসংহাসন অতধকাৰ কহৰ নৰনাৰায়িৰ তদনি পকাঁচ সম্ৰা্য পগৌৰবৰ উচ্চ তশখৰ আহৰন কহৰ পকাঁচ ৰা্যৰ কাষি ৰ্কা ্য়ন্তীয়া, কোৰী, শ্চত্ৰপুৰা, মতিপুৰ আতদ ৰা্য দখল কতৰতেল নৰনাৰায়িৰ তদনি অসমীয়া সাতহিয - সংস্কৃতি লিনীয়ভাহব উন্নতি সাধন কহৰ পিওঁ ৰ পৃষ্ঠহপাষকিাি ৰাম সৰস্বিীহয় " মহা াৰি "অসমীয়া াষাি অনুবাদ কহৰ Material prepared by Raja Sir 4 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. পিওঁ ৰ পৃষ্ঠহপাষকিাি অনন্ত কন্দলীহয় দশম স্কন্ধ াগৱি, বকৃল কায়িই গধণিৰ পুধি ৰচনা কতৰতেল মহাপুৰুষ শ্ৰীমন্ত শংকৰহদৱৰ ্ীৱনৰ পশষ সময়িহচাৱাি নৰনাৰায়নৰ ৰা্সভাি তবহশষ সন্মান লাভ কতৰ সাতহিয চচথা কতৰতেল নৰনাৰায়হি নাৰয়নী মুদ্ৰা প্ৰচাৰ কতৰতেল এই মুদ্ৰা পসান আৰু ৰুপহৰ তনমাি থ আতেল মৃিুযৰ পূহৱ পিওঁ থ তন্পুএ লক্ষ্মী নাৰায়ণৰ আৰু ধচলাৰায়ৰ পুত্র ৰঘুনাৰয়নৰ মা্ি পকাঁচ ৰা্য সমাহন ভগাই তদহয় ধচলাৰায়: (1515) পকাঁচ ৰ্া নৰনাৰায়িৰ ভাই আৰু পকাঁচ ৰা্যৰ পসনাপতি আতেল তচলাৰায় পিওঁ পৰাক্ৰমী পোদ্ধা আতেল পিওঁ কছাৰী, জয়ন্তীয়া দ্দত্রপুৰা, মধনপুৰ শ্রীহট্র আতদ ৰা্য ্য় কতৰতেল মুেলমান আক্ৰমনকাৰীহয় ধংশ কৰা মশ্চিৰ সমূহ পিওঁ পুনৰ তনমাি থ কৰাইতেল নৰনাৰায়ি লগহি তচলাৰায় ও শংকৰহদৱ সাতহিয চচথাি সহায় কতৰতেল তপেি পিওঁ ৰ শংকৰহদৱৰ শৰি হলতেল পিওঁ ৰ অনুহৰাধি শংকৰহদৱৰ ৰাম ধবজয় হল তলতখতেল আৰু পিওঁ ৰ অনুহৰাধি মাধবহদহব জন্ম ৰহসয পুতৰ্ ৰচনা কতৰতেল 1568 চনি পগৌড় ৰা্য আক্ৰমি সময় পিওঁ েুদ্ধবিী হয় নবাবৰ মিৃক সংগ দংশনৰ কৰা মুশ্চক্ত 1575 চনি পমাগলৰ লগ হহ পগৌড় বংশৰ এই ৰা্য (পকাঁচ) আক্ৰমন কহৰ এই েুদ্ধি বযস্ত ৰ্াকহিই বসন্ত পৰাগি আক্ৰান্ত হহ তচলাৰায়ৰ মৃিুয হয় 1615 চনি পকাঁচ ৰা্য বা কামৰুপ পমাগলৰ আধীনি হয় Material prepared by Raja Sir 5 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. আহহাম ৰাজত্ব: (1228 AD-1828 AD) চুকাফা চু কাফা আতেল আহহাম সাম্ৰা্যৰ প্ৰতিষ্ঠািা। চুকাফাই মাওলুং এতৰ পতৰয়ালবগ আৰু থ অনুগামীসকলক হল পাটকাই পবিথ পাৰ হহ ব্ৰহ্মহদশৰ পৰা 1228 AD অসমি প্ৰহৱশ কহৰ। চুকাফাই তশৱসাগৰ শ্চ্লাৰ চৰাইহদউি 1253 চনি স্থায়ীলক ৰা্ধানী পাহি। চুকাফাৰ ৰা্যৰ সীমা আতেল-পূহব বুঢীতদতহং নদী, পশ্চিহম তদহখৌ নদী, উিহৰ ব্ৰহ্মপুত্ৰ নদী, আৰু দতিহন নাগা পবি। থ চুকাফাৰ নামৰ লগি ' সািৰা্ মাতৰ একৰা্ কৰাৰ কৰ্া মানুহৰ মুহখ মুহখ প্ৰচতলি। পিওঁ ন পহ্াৰ হসনয তিতনগৰাকী পত্নী, 8 ্ন সম্ভ্ৰান্ত পলাক, 2 টা হাতি আৰু 300 পঘাঁৰা লগি হল অসমি প্ৰহৱশ কতৰতেল। চুকাফাই 39 বেৰ 4 মাহ 15 তদন শাসন কতৰ 1268 AD পিওঁ ৰ মৃিুয হয় । চুকাফাৰ তপেি পিওঁ ৰ পুহিক চুিু ফা ৰ্া হয় পিওঁ ৰ 1268 AD হল ৰা্ত্ব কতৰতেল। চুহিউফাৰ পৰবতিথ ৰ্াসকল- চুতবনফা (1281-1293 AD) চুখাংকা (1293-1332 AD) চুখ্ৰাংফা (1332-1368 AD) চুিু ফা (1368- 1376 AD) িাওখামটট (1380-1389 AD) চু দাংফাই (বামুনীহকাৱৰ) 1397 চনি মন্ত্ৰীসকহল পিওঁ ক ৰা্বাটি বহুৱায় । পিওঁ আহহাম ৰ্া িাওখামতিৰ পুত্ৰ হহলও ৰা্প্ৰাসাদি ্ন্ম পহাৱা নাতেল। পিওঁ হাবুঙৰ এটা ব্ৰাহ্মি পতৰয়ালি ডাঙৰ দীঘল পহাৱাৰ বাহব পিওঁ ক বামুনীহকাৱৰ নাহমহৰও ্না োয় । চুদাংফাই ৰ্া হহ চৰাগুৱাি ৰা্ধানী প্ৰতিষ্ঠা কহৰ। পিওঁ আহহাম সাম্ৰা্যি প্ৰৰ্ম বাৰৰ বাহব ধশেধৰ ঘৰি উঠাৰ কৰ্া প্ৰচলন কহৰ। পিওঁ ৰ তদনি আহহাম আৰু টটপামৰ মা্ি ৰি হয় আৰু আৰু অবহশষি দুহয়া দহল ভতবষযহি েু্ঁ নকৰা বুতল শপি লয় । পিওঁ ৰ তদনহি আহহাম আৰু নগা ৰা্যৰ সীমা পাটকাই পবিি থ তনধাতৰি থ হয়। কমিা ৰা্যৰ ৰ্াহয়া পিওঁ ৰ ্ীহয়ক ৰ্নীক চুদাংফালল তবয়া তদ তমত্ৰিা স্থাপন কহৰ। পিওঁ ৰ সময়ি আহহাম ৰা্সভাি ব্ৰাহ্মি ধমৰথ প্ৰহৱশ ঘহট। Material prepared by Raja Sir 6 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. পিওঁ ৰ্া হহ হাবুঙৰ ব্ৰাহ্মি পতৰয়ালহটা ৰা্ধানীলল োয় আৰু তদতহঙৰ পাৰি মাটট-বাৰী তদ প্ৰতিষ্ঠা কহৰ। পিওঁ ৰ ৰা্ত্ব কালি আহহাম ৰা্কাহৰঙি ভচামহদৱৰ লগহি লক্ষ্মীনাৰায়ণৰ পূ্াহৰা প্ৰহবশ ঘহট। চুদাংফাৰ তপেি 90 বেৰি পাচঁ গৰাকী আহহাম ৰ্া ৰা্পাটি উহঠ। পিওঁ হলাক েৰ্াক্ৰহম- চু্াংফা (1447-22) চফাকফা (1422-39) চুহচনফা (1439-88) চুহহনফা (1488-93) চুতপমফা (1493-97) চু হুংমুং ( ধদধহেীয়া ৰজা ) [1497-1539 AD] চুতপমফাৰ মৃিুযৰ তপেি পুহিক চুহুংমুং 1497 AD ি ৰ্া হয়। পিওঁ তদতহঙ নদীৰ পাৰৰ বকিাি ৰা্ধানী পাতিতেল কাৰহন পিওঁ ক ধদধহেীয়া ৰ্া নাহমহৰও ্না োয়। পিওঁ ৰ তদনি তলখা "শ্রী শ্রী স্বগনাৰায়ণৰ ম জন্ম কিা" নামৰ বুৰঞ্জী পুতৰ্খনি আহহামৰ হসহি তহিু পদৱিাৰ সম্পকথ পদখুৱাইহে। পিওঁ ৰ তদনৰ পৰাই আহহাম ৰ্াসকলক স্বগহদউ ম পবালা হহতেল। পিওঁ তনহ্ স্বগনাৰায়ণ ম উপাতধ গ্ৰহি কতৰতেল। পিওঁ ৰ তদনি চুিীয়াসকলৰ হসহি সংঘষ হহতেল থ ( 1513-1528) তপেি নীতিপালক পৰাস্ত কতৰ সমগ্ৰ চুিীয়া ৰা্য অধীনি লয় আৰু এই অঞ্চলৰ প্ৰশাসন বযৱস্থা পচাৱাতচিাৰ বাহব শধদয়াহখায়া ভগাহাোঁই নামৰ নিু ন পদবীৰ সৃটষ্ট কহৰ। ফ্াংহচংমুং বৰহগাহাোঁই এই পদৰ প্ৰৰ্ম্ন বযশ্চক্ত । চুহুংমুঙৰ হসহি কোৰীৰ সংঘষ হহতেল। থ 1531 AD কোৰী ৰ্া খুনখুৰক আিৰাই ভেিচু ং নামৰ এ্ন পকাঁৱৰক কৰিলীয়া ৰ্া পাহি। 1536 AD ি পডিচুহঙ স্বাধীনিা পঘাষনা কতৰবলল পচষ্টা কৰাি পিওঁ ক হিযা কতৰ কলং নদী পেন্ত থ কোৰী ৰা্যখন আহহাম ৰা্যৰ তভিৰুৱা কতৰ লয়। আৰু " মৰেীহখাৱা ভগাহাোঁই " নামৰ এ্ন তবষয়া তনেুশ্চক্ত তদহয়। চু পাবৰ ম চু িীয়া আতেল প্ৰৰ্ম্ন মৰঙীহখাৱা পগাহাঁই। পিওঁ মতিপুৰৰা্যৰ ৰা্কুমাৰী লগহিা হববাতহক সম্পকথ আৰু কটকী অহা পোৱাৰ মাধযমি বন্ধুত্ব ৰিা কতৰতেল। পিওঁ উতৰষযাৰ ৰ্া প্ৰিাপ ৰুদ্ৰৰ লগহিা বন্ধুত্ব স্থাপন কহৰ আৰু ্গন্নাৰ্ মশ্চিৰৰ কাষি এটা পুখুৰী খিায়। চুহুংমুহঙ ভূ ঞাসকলহকা বশ কৰাৰ তপেি পসই অঞ্চল আহহাম ৰা্যি অন্তভুক্ত থ কহৰ। Material prepared by Raja Sir 7 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. পিওঁ ৰ ৰা্ত্ব কালি 1527 AD মুেলমান পসনাপতি বৰউ্ীহৰ আহহাম ৰা্য আক্ৰমি কতৰতেল। এই েুদ্ধি ফ্ৰাহচংমুং বৰহগাঁহাইৰ মৃিুয হয় আৰু পিওঁ ৰ পত্নী মূলাগাভৰুহৱ িু বকৰ থ তবৰুহদ্ধ হািীি উটঠ েুদ্ধ কতৰ প্ৰাি িযাগ কহৰ। তপেি ভৰালী নদীি পহাৱা ্লেুদ্ধি িু বকৰ থ মৃিুয হয়। প্ৰায় 42 (তবয়াতেশ) বেৰ ৰা্ত্ব কৰাৰ তপেি 1539 AD চুহুংমুঙৰ মৃিুয হয়। পিওঁ ৰ ৰা্ত্বকালি ্নসংখযা তনধাৰনৰ থ প্ৰৰ্ম আঁচতন হািি লয় আৰু প্ৰ্াসকলক পশ্ৰিী বা পগাট তহচাহপ তবভা্ন কহৰ। পিওঁ ৰ তদনহিই উ্তন অসমি শ্ৰীমন্ত শঙ্কৰহদৱৰ িত্বাৱধানি নৱ হবষ্ণৱ ধমৰথ আহিালন গা কতৰ উহঠ। পিওঁ ৰ সাম্ৰা্যবাদী নীতিৰ বাহব পিওঁ ক অসমৰ ভনহপাধলয়ন আখযা তদয়া হয়। চু হক্লনমুং (গড়গঞা) (1539 AD-1553 AD ) চুহুংমুঙৰ তপেি পিওঁ ৰ পুহিক চুহক্লনমুং ৰ্া হয়। পিওঁ গড়গাঁৱি স্থায়ী ৰা্ধানী স্থাপন কতৰতেল বাহব পিওঁ ক গড়গঞা ৰ্া পবালা হহতেল। পিওঁ ৰ তদনি পকাচৰ হসহি আহহামৰ প্ৰৰ্ম সংঘষ হয় থ ( 1546-47 ) আৰু পকাচ হসনযক পৰাস্ত কতৰ ধৰকিবন উৎসৱ পালন কহৰ। চুহক্লনমুং নৰা আৰু শযামসকলৰ মা্ি পহাৱা তববাদি হস্তহিপ কতৰ নৰা কনযা চাওোঁ-ধচং- কুোঁৱৰীক তবয়া কৰায়। পিওঁ ৰ পত্নীৰ পৰামশিথ ৰা্ধানী গড়গাঁৱি গড় তনমাি থ কতৰতেল। পিওঁ ৰ ৰা্ত্বকালি প্ৰৰ্ম ৮ চু কীয়া ৰূপৰ মুদ্ৰা বযবহাৰ হহতেল। এই মুদ্ৰাৰ ও্ন আতেল ১ ভিালা। পিওঁ ৰ ৰা্ত্বকালি গড়গাঁৱ নগৰ, গড়গাঁৱ পুখুৰী, কাতহকুেী আৰু চাঙতলমুখৰ মৰ্াউতৰ, নাগা আতল আতদ তনমান থ কতৰতেল। চু খামাখা বা ভখাৰা ৰজা (1553-1630 AD) চুহক্লংমুৰ তপেি পিওঁ ৰ পুহিক চুখামাখা ৰ্া হয়। এই্ন স্বগহদহৱ থ সুদীঘ 50 থ বেৰ ৰা্ত্ব কতৰতেল। এবাৰ হাতিৰ তপটঠৰ পৰা পতৰ ভতৰ এটা পখাৰা পহাৱাি পিওঁ ৰ নাম হয় ভখাৰা ৰজা। পিওঁ ৰ তদনি পকাচ ৰ্া নৰনাৰায়ি আহহাম ৰা্য আক্ৰমি কহৰ 1562 পকাচ ৰ্া নৰনাৰায়িৰ ভাহয়ক তচলাৰাহয় পকাচৰ প্ৰধান পসনাপতি হহ আহহাম ৰা্য আক্ৰমি কহৰ আৰু এই েুদ্ধি আমাৰ পৰা্য় হয় আৰু চখামখাই ৰা্ধানী এতৰ চৰাই পখাহৰাঙালল পলাই োয়। পসইবাহব পিওঁ ক ভগনীয়া ৰ্া বুতলও পকাৱা হয়। অবশয কম তদনৰ তভিৰহি আহহামৰ পহৰুৱা পগৌৰৱ পুনৰ উদ্ধাৰ কহৰ। পিওঁ ৰ তদনি তিখশ্চণ্ডি পকাচ ৰা্যৰ পূব খন্ডৰ পকাচ ৰা্যৰ ৰ্া ৰঘুহদহৱ ্ীহয়ক শঙ্কলাক চুখামফালল তবয়া তদ তমত্ৰিা স্থাপন কহৰ। Material prepared by Raja Sir 8 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. পিওঁ ৰ তদনি হবষ্ণব ধমইথ প্ৰসাৰিা লাভ কহৰ লগহি শাক্তপন্থী দূগা থ পূ্াহৰা প্ৰচলন হয়। চু হচনফা বা প্ৰিাপ ধসংহ (1603-1641 AD) স্বগহদউ থ চুখামফাৰ মৃিুযৰ তপেি পিওঁ ৰ পুহিক চুহচনফা বা প্ৰিাপ তসংহ ৰ্া হয়। েহৰ্ষ্ট বয়সি ৰ্া পহাৱাৰ বাহব পিওঁ ক ' বুঢা ৰজা ' বুতলও পকাৱা হয়। পিওঁ েহৰ্ষ্ট বুশ্চদ্ধমান আৰু শশ্চক্তশালী আতেল বাহব পিওঁ ক ' বুদ্দি নাৰায়ণ ' আৰু ' প্ৰিাপ ধসংহ ' নাহমহৰও ্না োয়। পিওঁ ৰ ৰা্ত্বকালি আহহাম আৰু পমাগলৰ সংঘষৰথ সূত্ৰপাি হয়। কতলয়াবৰি আহহাম হসনযই দু্ন মুেলমান পবপাৰীক পচাৰাংহচাৱা বুতল সহিহ কতৰ হিযা কৰা বাহব 1615 AD আহহাম আৰু পমাগলৰ মা্ি সংঘষৰথ সূত্ৰপাি হয়। 1616 AD কা্তলমুখি প্ৰৰ্ম েুদ্ধ হয় আৰু এই েুদ্ধ 1639 AD হল চতলতেল। এই েুদ্ধক দুটা ভাগি ভাগ কতৰব পাতৰ 1616-1620 AD আৰু 1620-1635 AD 1616-1620 AD- আহহাম ্য় হয়। 1620-1635 AD ( ৰানাহাটৰ েুদ্ধ) পমাগল ্য়লাভ কহৰ আৰু বহু দুগ তনম থ াি থ কতৰতেল। 1635 AD বংগৰ পমাগল শাসনকিথাই অসম আক্ৰমি কতৰবলল হসনয পপ্ৰৰি কহৰ আৰু পাি্ডু , শৰাইঘাট , আতগয়াঠুটটৰ পৰা হাহ্া হল পখতদ পঠায়। আৰু 1635 AD পমাগহল কলীদুগ অতধকাৰ থ কহৰ। 1638 AD চামধৰা আৰু দুইমুতন তশলাি পহাৱা েুদ্ধি আহহামসকল ্য়লাভ কহৰ। 1639 AD আহহাম আৰু পমাগলৰ মা্ি চুশ্চক্ত হয় আৰু ব্ৰহ্মপুত্ৰৰ উিহৰ বৰনদী আৰু দতিহি অসুৰ আতল আহহাম আৰু পমাগলৰ সীমা তনধাৰি থ হয়। দুই দশকৰ তপেি আহকৌ আহহাম আৰু পমাগলৰ সংঘষৰথ সূত্ৰপাি হয়। পিওঁ ৰ ৰা্ত্বকালি বৰফুকন, বৰবৰুৱা , ্াগীয়াল পগাহাঁই , মৰঙীহখাৱা পগাহাঁই ,কা্লীমুখীয়া পগাহাঁই, ৰতহয়াল বৰুৱা আতদ পদবীৰ সৃটষ্ট কতৰতেল। বৰবৰুৱা পদি অতধটষ্ঠি প্ৰৰ্ম বযশ্চক্ত ভমামাইিামুলী। পাইক প্ৰিা আৰু ভখল প্ৰিা এই্ন তবষয়া (পমামাইিামুলী) সৃটষ্ট কতৰতেল। পাহাৰীয়া ্ন্াতিক ৰিা কতৰবলল পিওঁ পচা প্ৰৰ্াৰ প্ৰচলন কতৰতেল। চু ৰামফা বা গাৰজা (1641 AD-1644 AD) প্ৰিাপ তসংহৰ মৃিুযৰ তপেি বৰপুত্ৰ চুৰামফা 1641 চনি ৰ্া হয়। চুৰামফাৰ কােযকলাপি থ তবিু ষ্ট হহ মন্ত্ৰী আৰু তবষয়াসকল 1644 চনি এওঁ ক তসংহাসন চুযি কহৰ। ৰা্পৰ্ৰ পৰা পখদা পখাৱা বাহব পিওঁ ক প্ৰ্ায় ভগা ৰ্া বুতল হকতেল। চু ধিযনফা বা নধৰয়া ৰজা (1644 AD-1648 AD) চুৰামফা িমিাচুযি পহাৱাৰ তপেি চুযতিনফা ৰা্পাটি উহঠ। Material prepared by Raja Sir 9 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. পিওঁ ৰ শাৰীতৰক অৱস্থা ভাল নাতেল কাৰহি পিওঁ ক নধৰয়া ৰ্া বুতল পকাৱা হহতেল। চু িামলা বা জয়ধ্বজ ধসংহ ( 1648 AD-1663 AD) স্বগহদউ থ চুিামলাই তশঙতৰ ঘৰি উটঠ তহিুমহি জয়ধ্বজ তসংহ নাম লয়। পিওঁ তনতদথ ষ্ট কৰৰ তবতনময়ি কামৰূপ আৰু দৰং শ্চ্লাৰ দুৱাৰসমুহ ভৰা তদতেল। পিওঁ তহিু ধমৰথ পৃষ্ঠহপাষক আতেল। পিওঁ আউতনআটট,দতিিপাট,গড়মূৰ আৰু ্খলাবন্ধাি সত্ৰ পাতিতেল। পিওঁ আউতনআটট সত্ৰৰ ধনৰঞ্জন বাপুক সত্ৰাতধকাৰ পাতি শৰন হলতেল। ধমৰজুমলাৰ অসম আক্রমণ (1662 - 1663 AD) োহ্াহানৰ ৰা্ত্ব কালৰ পশষি পমাগল ৰা্ তসংহাসন হল পহাৱা সংঘািৰ সুহোগ হল আহহাম নমনী অসম পমাগলৰ পৰা উদ্ধাৰ কহৰ। ইয়াৰ তপেি 1661 AD পসই অঞ্চল উদ্ধাৰৰ বাহব ঔৰগহ্হব মীৰ্ুমলাক অসম আক্ৰমি কতৰবলল পঠায় 1661 AD নহবম্বৰ মাহি অসমৰ অগ্ৰসৰ হহ মীৰ্ুমলাই 1662 AD 17 ্ানুৱাৰী ঘতৰঘপা, পফব্ৰুৱাৰী মাহি গুৱাহাটী আৰু 25 পফব্ৰৱাৰী ব্ৰহ্মপুত্ৰ পাৰ হহ ধশমলুগড় দুগ দখল ম কহৰ। তমৰ্ুলাৰ হসহি অহা তচহাবুশ্চিন িাতলে পিওঁ ৰ গ্ৰন্থ ' ফাতৰ্য়া - ই - ইতব্ৰয়াি ' উহেখ কৰা মহি তশমলুগুতৰ গড় গগনস্পশী দুগ উচ্চকাঙ্খী থ ধীৰৰ বাহবও অসম্ভব আতেল। তপেি পমাগল হসনয লহখৌগড় দখল কতৰতেল। এই ঘটনাৰ তপেি ্য়ধ্ব্ তসংহ ৰা্ধানী এতৰ নামৰূপলল পলাই োয়। 1662 AD 17 মাচথি মীৰ্ুমলাই আহহাম ৰা্ধানী গৰগাও পায় আৰু িাহি টাকশাল পাতি ঔৰংগহ্ৱৰ নামি পমাহৰ মাহৰ। 1663 AD 22 ্ানুৱাৰীি আহহাম আৰু তমৰ্ুমলাৰ মা্ি চুশ্চক্ত হহতেল - ( ধঘলাঝধৰঘাট নামৰ ঠাইি ) চু দ্দিৰ চিম সমূহ :- ব্ৰহ্মপুত্ৰ উওৰ পাহৰ ভৰালী নদী আৰু দতিিফাহল কলং নদীৰ পশ্চিহম পমাগলৰ সাম্ৰা্য হয়। আহহাম ৰ্াই িৎকালীন ভাহব 20,000 পিালা পসান আৰু 1,20,000 পিালা ৰূপ আৰু 80 টা হািী তদবলল সন্মতি হয় আৰু 3,00,000 পিালা ৰূপ আৰু 90 টা হািী তদবলল গাি লহল। আহহাম ৰ্াৰ কৰ বেৰী 20 টা হািী তনধাৰি থ হ'ল। এই চুশ্চক্ত মহি ্য়ন্তী তসংহৰ ্ীহয়ক ৰমনী গাভৰুক পমাগল পহহৰমলল পটাব লগা হয়। আহহাম ৰ্া আৰু ্ন তবষয়াৰ পুত্ৰ এই আদায় তনতদয়ালল পমাগল ৰা্সভাি প্ৰতি তহচাহপ ৰ্কালল সন্মাি হয়। 1663 চনি নহবম্বৰ মাহি ৰা্ধানী গড়গাোঁৱি প্ৰহবশ কতৰ ইয়াৰ ধ্বংস স্তূ প পদতখ পশাকিভাতগ কতৰল আৰু অলপ তদনহি পিওঁ ৰ মৃিুয হয়। চু পুংমং বা চক্রিবজ ধসংহ: (1663-1670) ্য়ধ্ব্ মৃিুয তপেি পিওঁ ৰ দাদাহয়কৰ পুহিক চুপুংমংক বা চক্ৰধব্ তসংহ ৰা্ হয় পিওঁ ৰ তদনি পুনৰ আহহাম আৰু পমাগলৰ সংঘষ হহতেল থ Material prepared by Raja Sir 10 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. ঔৰংগহ্হব পপ্ৰৰি কৰা কটকী পকই্নমাহন পৰাধীনিাৰ তচন স্বৰুহপ কৰিলীয়া ৰ্াই তপতন্ধবলতগয়া এহোৰ পপাচাক হল গড়গাঁৱি উপতস্থি হয় এই পপাচাকহটাৰ কটকী পকই্নৰ সম্মুখহি তপতন্ধব লাতগব বুতল পকাৱাি চক্ৰধব্ তসংহই ভীষি অপমান পবাধ কহৰ ইয়াৰ প্ৰতিহশাধ লবলল ৰা্মন্ত্ৰী আিন বুঢাহগাহাঁইৰ পৰামশিথ লাধচি বৰফুকনক পসনাপতি পাতি গুৱাহাটটি পমাগল আক্ৰমন কতৰবলল পঠায় 1667,20 আগষ্ট িাতৰহখ ইটাখুধল দুগ ম আক্ৰমন কহৰ অলপ তদনহি লাতচহি বহু অঞ্চল দখল কহৰ | এই খবৰ পাই ঔৰংগহ্হব ্য়পুৰৰ ৰ্া ্য়তসংহৰ পুত্ৰ ৰামতসংহক অসমৰ তবপহি পপ্ৰৰি কহৰ আহহাম হসনয তপেুৱাই অহাি পমাগল হসনয বাধাহীি ভাহব গুৱাহাটীৰ ওচৰ পায় পমাগল হসনযক প্ৰতিহি কতৰবলল লাতচহি একৰিনীতিৰ তভিৰহি শৰাইঘাটৰ চাতৰওতপহন এক গড় তনমাি থ কাে হািি থ হহতেল আৰু ইয়াৰ দাতয়ত্ব অপিথ কতৰতেল পমামাহয়কৰ হািি কামি গাতফলতি কৰাি লাতচহি পিওঁ ৰ পমামাহয়কক কাটট হকতেল "ভদশিকক মমাই োেৰ নহয়" পসইবাহব এই গড়ৰ নাম হয় মমাই কটা গড় এই গড় পভদ কতৰব পনাৱাতৰ ৰামতসংহ আলালব পাহাৰৰ ওচৰি পকাঠ মাতৰহল লাতচিৰ অতনচ্ছা সহিও, চক্ৰধব্ তসংহৰ আহদশি আহহাম আলালব আক্ৰমি কহৰ |এই েুদ্ধি এতদনহি 10000 হসনযৰ মৃিয হয় চক্ৰধব্ তসংহৰ মৃিুযৰ তপেি পিওঁ ৰ ভাহয়ক চু নিফা বা উদয়াধদিয ধসংহ ৰ্া হয় পিওঁ ৰ ৰা্ত্বকালি আহহাম আৰু পমাগলৰ মা্ি 1671 চনৰ এতপ্ৰল মাহি শৰাইঘাটৰ যুি হয় আৰু আহহাম হসনয ্য় লাভ কহৰ এই েুদ্ধি আহহাম হসনযই পমাগলক মানাহ নদী পাৰ কতৰ পখতদ পঠায় ৰাজকনধিক সংকটৰ যুগ (1673 - 81 AD ) শৰাইঘাট েুদ্ধৰ টঠক তপচহিই অসমৰ ইতিহাসি এক সংকটপুি েুগৰ সূচনা হহতেল। মুঠহি এই ৰা্লনতিক অতস্থৰিাৰ 8/9 বেৰৰ তভিৰি 7 ্ন ৰ্াই ৰা্ত্ব কতৰতেল। এই সংকটময় অবস্থাৰ পশষৰ তপহন লালুক ভসালা বৰফুকহন আিন বুঢাহগাোঁহাই আৰু ৰ্া চু কদফাক হিযা কতৰ চামগুৰীয়া দফদৰ 14 বেৰীয়া চু ধলকফাক ৰ্া পাতি তন্ৰ পাঁচ বেৰীয়া কনযাক পিওঁ লল তবয়া তদহয়। অতি কম বয়সি ৰ্া পহাৱাৰ বাহব চুতলকফাক ল'ৰা ৰজা বুতল পকাৱা হয় চু পািফা বা গদািৰ ধসংহ : (1681-1696) ৰ্া হহ গদাপাতিহয় আহহাম মহি চুপািফা আৰু তহিু মহি গদািৰ ধসংহ নাম লয় গদাধৰ তসংহ িু ংখুধিয়া দফদৰ ভগাৱৰ ৰ্াৰ পুত্ৰ আতেল পিওঁ ৰ পমাগলৰ অধীনি ৰ্কা নামতন অসম উদ্ধাৰ কতৰতেল পিওঁ ৰ পৰাক্ৰমি পমাগল হসনযই ইটাখুধলকল তপহোৱাই হগতেল 1682 ইটাখুধলি আহহাম আৰু পমাগলৰ েুদ্ধ পশষ হয় | এই েুদ্ধি পমাগল পৰাশ্চ্ি হহ পমাগল পসনাপতি মনছুৰ খা পলাই োয় Material prepared by Raja Sir 11 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. গদাধৰ তসংহ হবষ্ণৱ ধমৰথ তবহৰাধী আতেল শাক্ত পন্থাৰ পৃষ্ঠহপাষক গদাধৰ তসংহই গুৱাহাটীি উমানন্দ মদ্দন্দৰ তনমাি থ কতৰতেল পিওঁ ভিাদৰ আধল, আোঁকা আধল আৰু ভাহলমান তশলৰ সাঁহকা তনমান থ কতৰতেল িামৰ ফতল কতৰ শাক্ত ব্ৰাহ্মিক পিওঁ মাটট, সম্পতি দান কতৰতেল চু খাংফা বা ৰুদ্ৰ ধসংহ (1696-1714) গদাধৰ তসংহৰ মৃিুযৰ তপেি পিওঁ ৰ বৰপুত্ৰ লাই পকাঁৱহৰ ৰ্া হয় | ৰ্াই পিওঁ আহহাম মহি চু খাংফা আৰু তহিু মহি ৰুদ্ৰ ধসংহ নাম লয় ৰুদ্ৰ তসংহৰ ৰা্ত্বকালি অসমৰ ইতিহাসি এক পগৌৰহৱাজ্জল অধযায় পিওঁ আহহামৰ ৰা্ধানী গড়গাঁৱৰ পৰা ধদহখৌ পশ্চিহম ভমহটকাি গড় মাতৰি পাহি আৰু নাম তদহয় ৰংপুৰ মািৃ ্য়মিীৰ পতৱত্ৰ স্মৃতিি পিওঁ জয়হদৌল, জয়সাগৰ পুখুৰী, ৰংঘৰ, কাহৰংঘৰ, নামদাও ধশলৰ সাোঁহকা, খধৰ কটীয়া ভমহটকাৰ আধল তনমাি থ কতৰতেল ৰুদ্ৰ তসংহই অসমৰ ধবহু সাংস্কৃতিক ৰা্কীয় মোদা থ তদতেল পিওঁ দবৰাগী, খাউণ্ড, কটকী, দকল, কাকিী আতদ পখল সৃটষ্ট কতৰতেল পিওঁ সত্রীয় বৰুৱা, গায়ন বৰুৱা, ভশনহচাৱা বৰুৱা, কৃকৃৰহচাৱা বৰুৱা, ভবজবৰুৱা আতদ পদবী সৃটষ্ট কতৰতেল ৰুদ্ৰ তসংহ আতেল আহহাম সাম্ৰাজযৰ সবহেষ্ঠ ম ৰজা 1714 চনি গুৱাহাটীি ৰুদ্ৰ তসংহৰ মৃিুয হয় পিওঁ ৰ ৰা্ত্বকালি আহহাম আৰু কোৰী সংঘষ থ হয় পিওঁ ৰ ৰা্সভাি কধবৰাজ চক্রৱিী স্থান পাইতেল | পিওঁ ৰ পৃষ্ঠহপাষকিাি কতবৰা্ চক্ৰৱিীহয় ব্ৰহ্মকৱৱি পুৰাণ অসমীয়া ভাষাি অনুবাদ কতৰতেল আৰু শংখচু ড় বি, শকুন্তলা, গীি ভগাধবন্দ আতদ ৰচনা কতৰতেল চু িানফা বা ধশৱধসংহ: (1714-1744) সগহদউ থ ৰুদ্ৰ তসংহৰ মৃিুযৰ তপেি পিওঁ ৰ বৰপুত্ৰ বৰজানা ভগাোঁহাহয় আহহাম মহি চুিানফা আৰু তহিু মহি ধশবধসংহ নাম লয় তপিাৰ তনহদশ ক্ৰহম থ সগহদউ থ ধশব ধসংহই বংগ পদশৰ পৰা অহা শাক্ত পুহৰাতহি কৃষ্ণৰাম ট্টাচাযৰম ওচৰি শৰি লয় আৰু পিওঁ ক কামাখযা মশ্চিৰৰ পূ্াৰী পতি নীলাচল পাহাৰি স্থাতপি কহৰ পাহাৰি স্থাতপি কৰাৰ বাহব কৃষ্ণৰাম ভট্টাচাে থ আৰু পিওঁ ৰ বংশৰ পলাকক পবিীয়া ম ভগাসাোঁঁোঁই নাহমহৰ ্না োয় ৰ্া পহাৱাৰ তপেি ধচনািলীয়া নকৰ ্ীয়ৰী ফুলমিীক তবয়া কৰায় তবয়াৰ তপেি ফুলমিীক বৰকুঁৱৰী পাহি আৰু নাম তদহয় ফুহলশ্বৰী প্াতিষীৰ কৰ্া মহি পিওঁ ৰ "েত্ৰভংগ" পোগ কৰাৰ বাহব পিওঁ ৰািী ফুহলশ্বৰী ৰা্ সন্মান অতধকাহৰহৰ বৰৰ্া পাহি আৰু নাম লয় প্ৰিহমশ্বৰী আহহাম ৰ্া তসংহাসনি উঠা এই্নীহয় প্ৰৰ্ম মতহলা Material prepared by Raja Sir 12 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. 1731 চনি ফুহলশ্বৰ কুঁৱৰীৰ মৃিুয হয় | িাইৰ মৃিুযৰ তপেি িাইৰ সৰু ভনীহয়ক ভদওপাধদক তশব তসংহই তবয়া কৰায় আৰু বৰৰ্া পাহি ৰ্া হহ িাই নাম লয় অধম্বকা ভদবী অতম্বকা পদবীৰ তদনহি তশৱসাগৰৰ ধশৱ ভদৌল তনমাি কতৰতেল থ তশৱ তসংহই কামৰূপ আৰু বকিাি মাটট তপয়ল কৰাইতেল | এই কাগ্হবাৰক "ভপাৰা কাগজ" পবালা হহতেল পিওঁ ৰ তদনি মাটটৰ গুনানুসাহৰ ভদহৱাত্তৰ, ব্ৰহ্মিৰ আৰু িমিৰ ম আতদ পশ্ৰিী তবভা্ন কতৰতেল পিওঁ ভূ তম দান কৰা 19 খন িামৰ ফতল পপাৱা হগহে পিওঁ ৰ ৰা্ত্ব কালি ফুহলশ্বৰী কুঁৱৰীহয় ৰংপুৰি বৰৰজা পঢশাধল নামৰ প্ৰখাি পটালখন তনমান থ কতৰতেল ফুহলশ্বৰী কুঁৱৰীৰ পৃষ্ঠহপাষকিাি অনন্ত আচাে আনন্দ থ লহৰী আৰু কতবচন্দ্ৰতি্ কাম কুমৰ হৰণ িমপু ম ৰান আতদ গ্ৰন্থ তলতখতেল এই সময়ৰ আটাইিলক ডাঙৰ কীতিথ হল সুকুমাৰ বৰকাইহয় তলখা হস্তী ধবদাণবম নামৰ সতচত্ৰ পুতৰ্ হস্তী ধবদাণবম তচত্ৰ অংকন কতৰতেল ধদলবৰ আৰু ভদাচাই নামৰ দু্ন মুেলমান তচত্ৰকহৰ ফুহলশ্বৰী তনহদশমহম থ ভগৌৰীসাগৰ থ পুখুৰী ঘনদইতেল তপেি ধশৱ, ধবষ্ণু আৰু ভদৱী পদৌল তনমাি কতৰতেল থ চু হচনফা বা প্ৰমি ধসংহ (1744- 1751): সগহদউ থ তশব তসংহৰ মৃিুযৰ তপেি ৰুদ্ৰ তসংহৰ তিিীয় পুত্ৰ চু হচনফা বা প্ৰমি ধসংহ তসংহাসনি উহঠ পিওঁ ৰ তদনি গড়গাঁৱৰ ধশলৰ দুৱাৰ আৰু পকীঘৰ সাদ্দজ উতলওৱা হয় পিওঁ গুৱাহাটীি ৰুহদ্ৰহশ্বৰ তশব মশ্চিৰ আৰু শুহক্রশ্বৰ মশ্চিৰ তনমাি থ কতৰতেল ৰংপুৰৰ ৰংঘৰ এহৱঁই পকী কতৰ তনমাি থ কহৰ চু হৰমফা বা ৰাহজশ্বৰ ধসংহ (1751-1769): প্ৰমি তসংহৰ মৃিুযৰ তপেি ৰুদ্ৰ তসংহৰ চিু ৰ্ পু থ ত্ৰ চু হৰমফা তসংহাসনি উহঠ আৰু তহিু মহি ৰাহজশ্বৰ ধসংহ নাম লয় ৰাহ্শ্বৰ তসংহই হভয়ামৰ পলাকৰ ওপৰি েফলা আৰু ধমধৰহয় চহলাৱা অিযাচাৰ বন্ধ কতৰতেল মানৰ আক্ৰমিি ৰা্য পহৰুওৱা মতনপুৰৰ ৰ্া ্য় তসংহৰ অনুহৰাধি ৰাহজশ্বৰ ধসংহই হৰনাি ফুকনৰ অধীনি এদল হসনয পটঠয়াই মানক দমন কতৰতেল | অসম বুৰঞ্জীি এই ৰি " লিাকটা ৰণ " নাহম তবখযাি তপেি এই উপকাৰৰ কৃিজ্ঞিাৰ তহচাহপ তন্ৰ ্ীহয়ক কুৰংগনয়নাী ৰাহ্শ্বৰ তসংহলল তবয়া তদহয় Material prepared by Raja Sir 13 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. ৰাহ্শ্বৰ তসংহৰ তদনি গড়গাোঁৱৰ কাহৰংঘৰ, দবধশষ্ট আেম মদ্দন্দৰ, নবগ্রহ মদ্দন্দৰ, মধনকহনশ্বৰ ম ভদবালয়, ৰংপুৰৰ িলািল ঘৰ আতদ তনমাি থ কতৰতেল 1769 চনি সগহদউ থ চুহৰমফা বা ৰাহ্শ্বৰ তসংহৰ মৃিুয হয় লক্ষী ধসংহ (1769- 1780): ৰাহ্শ্বৰ তসংহৰ মৃিুযৰ তপেি সগহদউ থ ৰুদ্ৰ তসংহৰ পঞ্চম িৰ্া কতনষ্ঠ পুত্ৰ কাহলশলীয় ভগাহাোঁহয় আহহাম মহি চু হনউফা আৰু তহিু মহি লক্ষী ধসংহ নাম হল ৰা্পাাটি উহঠ পিওঁ ৰ ৰা্ত্বকালি পমাৱামৰীয়া তবহদ্ৰাহ সংঘটটি হয় এই তবহদ্ৰাহ আতেল আহহামৰ তবৰুহদ্ধ পহাৱা প্ৰৰ্ম গিতবহদ্ৰাহ 1769 চনি নহৱম্বৰ মাহি পমাৱামৰীয়া সকহল আহহাম ৰা্িন্ত্ৰ তবৰুহদ্ধ তবহদ্ৰাহ পঘাষিা কহৰ তবহদ্ৰাহী সকহল ৰ্া লিী তসংহক ্য়হদৌলি বিী কতৰ হৰ্ ৰমাকান্তক ৰ্া পাহি 5 মাহ তপেি কুৰংনয়নীৰ বুশ্চদ্ধ মহি ৰমাকান্ত আৰু ৰাঘবক হিযা কতৰ লিী তসংহক পুনৰ ৰ্া পাহি প্ৰৰ্ম পমাৱামৰীয়া তবহদ্ৰাহ ইমানি অন্ত পতৰহল পিওঁ ৰ তদনি ৰুদ্ৰসাগৰ পুখুৰী আৰু ৰংপুৰি বগীহদৌল তনমাি থ কতৰতেল 1780 চনি সগহদউ থ লিী তসংহৰ মৃিুয হয় ভগৌৰীনাি ধসংহ: লিী তসংহৰ মৃিুযৰ তপেি পিওঁ ৰ বৰপুত্ৰ পলাকনাহৰ্ আহহাম মহি চু ধহি্পংফা আৰু তহিু মহি ভগৌৰীনাি ধসংহ নাম হল তসংহাসনি উহঠ ৰ্া হহ পিওঁ ৰমানন্দ আচাযৰম শৰন হলতেল পিওঁ ৰ ৰা্ত্বকালি পমাৱামৰীয়া সকহল পুনৰ তবহদ্ৰাহ আৰম্ভ কহৰ তবহদ্ৰাহৰ ফলি পিওঁ ৰা্ধানী এতৰ ইষ্ট ইশ্চণ্ডয়া পকাম্পানীৰ সহায় লব লগা হয় পিওঁ ৰ তদনি ঘনশযাম বুঢাহগাহাইৰ মৃিুয পহাৱাি পূনাি থ বুঢাহগাহাই হয় 1783 চনি এতপ্ৰল মাহৰ 21 িাতৰহখ পমাৱামৰীয়া সকহল পুনৰ তবহদ্ৰাহ পঘাষিা কতৰতেল 1786 চনি জাপধৰধ টা নাহম ঠাইি হধৰহৰ িাোঁিীৰ অধীনি তবহদ্ৰাহ আৰম্ভ হহতেল এই তবহদ্ৰাহি পগৌৰীনাৰ্ তসংহই ৰা্ধানী এতৰ পলাই োয় আৰু বৃটটেৰ সহায় তবচাহৰ ফলস্বৰূহপ -1792,8 নহৱম্বৰ িাতৰহখ ভকহেইন ভৱলছ সলসনয হল গুৱাহাটীি উপতস্থি হয় পৰৱিী সময়ি 1792 চনি পিওঁ ৰংপুৰৰ পৰা তদহখৌ হনৰ পাৰি সামতৰক পকাঠালল িু তল আহন | এই পকাঠা আতেল আহহামৰ পশষ ৰা্ধানী ভযাৰহাট 1795 চনি পগৌৰীনাৰ্ তসংহৰ মৃিুয হয় কমহলশ্বৰ ধসংহ (1795-1811) : পগৌৰীনাৰ্ তসংহৰ মৃিুযৰ তপেি গদাধৰ তসংহৰ বংশধৰ ধকনাৰাম ৰ্া হয় আৰু নাম লয় কমহলশ্বৰ ধসংহ পিওঁ ৰ ৰা্কাে পতৰচালনা থ কতৰতেল পূনান্দ ম বুঢাহগাহাোঁই Material prepared by Raja Sir 14 Visite Classfix Academy YouTube Channel This PDF is subject to copyright, if someone shares automatically detect. তসংহাসনি উঠাৰ তকেু তদন তপেি তশখ আৰু তহিুস্থানী হসনযৰ সহায় হল হৰদত্ত আৰু বীৰদত্ত তবহদ্ৰাহ পঘাষিা কহৰ ু া বুতল হকতেল বাহব এই তহিুস্থানী আৰু তশখ হসনযক কামৰূপ মানুহহ ডুমডুমীয়া বা দন্দুদৱ ু া ভদ্ৰাহ " তবহদ্ৰাহৰ নাম তদয়া হহতেল " দন্দুদৱ তবচিনিাহৰ এই তবহদ্ৰাহ দমন কৰাৰ বাহব পভাহমাৰা বৰফুকনক সগহদউ থ সনিু ষ্ট হহ " প্ৰিাপবল্ল " উপাতধ তদতেল চু ধদংফা বা চন্দ্ৰকান্ত ধসংহ (1811 - 1818 AD) : কমহলশ্বৰ তসংহৰ মৃিুযৰ তপচি পূিানি থ বুঢাহগাহাঁইহয় আগ ভাগ হল মৃি ৰ্াৰ হচধয বেৰীয়া ভাহয়ক চন্দ্ৰকান্ত তসংহক ৰ্া পাতিহল। এওঁ ৰ ৰা্ত্বকালহিা ৰা্য শাসনৰ সকহলা িমিা প্ৰকৃিাৰ্িথ পূিানি থ বুঢাহগাহাঁইৰ হাহিি নযস্ত আতেল। স্বগহদউ থ চন্দ্ৰকান্ত তসংহৰ ৰা্ত্বকালৰ েুকান্তকাৰী ঘটনাহটা হল মান সকলৰ অসম আক্ৰমি। মানৰ প্ৰৰ্ম আক্ৰমি ১৮১৭ মানৰ তিিীয় আক্ৰমি ১৮১৯ মানৰ িৃিীয় আক্ৰমি ১৮২১ মানৰ আক্ৰমিৰ ফলস্বৰূহপ আহহাহম তব্ৰটটে ৰ ওচৰি সহায় তবচাহৰ আৰু িাৰ ফলস্বৰূহপ ১৮২৪ চনি তব্ৰটটহে মানক দমন কতৰবলল েু্ ঁ তদহয় আৰু মানক পৰাস্ত কহৰ। ইয়াৰ পাচি আৰু পকইবাটাও েুদ্ধি মানক পৰাস্ত কহৰ তব্ৰটটহে আৰু পশষি ১৮২৬ চনৰ ২৪ February ব্ৰহ্মহদশৰ ইয়াণ্ডাবুি তব্ৰটটেৰ লগি মানৰ চিথ হয় , আৰু ফলস্বৰূহপ মাহন আহহাম ৰা্য এতৰ তন্ৰ পদশলল উভতি োয় আৰু আহহাম সাম্ৰা্য তব্ৰটটেৰ হািলল গুতচ োয়। আৰু ইয়াহি ৬০০ বেৰীয়া আহহাম ৰা্বংশৰ সমাপ্ত ঘহট Material prepared by Raja Sir 15 Visite Classfix Academy YouTube Channel