2019 PSC M2 Political Science Past Paper PDF
Document Details
Uploaded by BrightestObsidian3698
2019
PSC
Tags
Summary
This is a 2019 PSC M2 Political Science past paper. The exam covers various aspects of Indian politics, including constitutional provisions, political parties, and electoral systems. The paper includes multiple choice questions and essay-style answers.
Full Transcript
## 2019 ### 3 (Sem-2) PSC M 2 ### POLITICAL SCIENCE (Major) Paper: 2.2 ### (Politics in India) Full Marks: 80 Time: 3 hours The figures in the margin indicate full marks for the questions. Answer either in English or in Assamese. 1. Answer the following as directed: 1×10=10 (a) Article I of the...
## 2019 ### 3 (Sem-2) PSC M 2 ### POLITICAL SCIENCE (Major) Paper: 2.2 ### (Politics in India) Full Marks: 80 Time: 3 hours The figures in the margin indicate full marks for the questions. Answer either in English or in Assamese. 1. Answer the following as directed: 1×10=10 (a) Article I of the Constitution of India describes India as a __ of States. (Fill in the blank) ভাৰতীয় সংবিধানৰ এক নম্বৰ অনুচ্ছেদে ভাৰতক এখন __ ৰাজ্যসমূহৰ __ হিচাপে বৰ্ণনা কৰিছে। (খালী ঠাই পূৰণ কৰা ) (b) In which year was the Sarkaria Commission formed? কোন চনত চৰকাৰিয়া আয়োগ গঠন হৈছিল? (c) Write the full form of NDC. NDC-ৰ সম্পূৰ্ণ ৰূপটো লিখা। (d) Political parties in India are not recognized by the Constitution of India. (Write True or False ) ভাৰতৰ ৰাজনৈতিক দলসমূহ ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত নহয়। (সত্য নে অসত্য লিখা) (e) Who was the Prime Minister of India when the Anti-Defection Act was adopted? দলত্যাগবিৰোধী আইনখন গ্ৰহণ কৰাৰ সময়ত ভাৰতৰ প্রধানমন্ত্রী কোন আছিল ? (f) Articles 324-329 of Part XV of the Indian Constitution discuss about electoral system of India. (Write True or False ) ভাৰতীয় সংবিধানৰ পঞ্চদশ অধ্যায়ৰ ৩২৪ নম্বৰ অনুচ্ছেদৰ পৰা ৩২৯ নম্বৰ অনুচ্ছেদলৈ ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ উল্লেখ আছে। (সত্য নে অসত্য লিখা) (g) Which of the following Constitutional Amendment Acts is regarded as the most comprehensive one? নিম্নোল্লিখিত কোনখন সংবিধান সংশোধনী আইনক সবাতোকৈ বিস্তাৰিত আইনৰূপে জনা যায়? (i) Forty-fourth Amendment Act ৪৪ তম সংশোধনী আইন (ii) Forty-second Amendment Act ৪২ তম সংশোধনী আইন (iii) Seventy-third Amendment Act ৭৩ তম সংশোধনী আইন (iv) Twenty-fifth Amendment Act ২৫তম সংশোধনী আইন (Choose the correct option ) (শুদ্ধ বিকল্পটো বাছি উলিওৱা) (h) When did Asom Gana Parishad (AGP) first come to power in Assam? অসম গণপৰিষদে প্ৰথমবাৰৰ বাবে অসমত কোন চনত ক্ষমতাত অধিষ্ঠিত হৈছিল? (i) Constitutional Government in India is written by __. Constitutional Government in India গ্ৰন্থখনৰ লেখক হ'ল __. (i) M. V. Pylee এম. ভি. পায়লী (ii) Morris Jones মৰিছ জোনছ (iii) Palmar Norman পালমাৰ নৰ্মান (iv) Paul Brass প'ল ব্রাছ (Choose the correct option ) (শুদ্ধ বিকল্পটো বাছি উলিওৱা) (j) The Communist Party of India (CPI) became the first non-Congress Party to form government in Kerala in the year __. (Fill in the blank) ভাৰতীয় সাম্যবাদী দলে প্রথম অনা-কংগ্রেছী দল হিচাপে চনত চৰকাৰ গঠন কৰে। কেৰালাত __. (খালী ঠাই পূৰণ কৰা ) 2. Write very short answers: অতি চমু উত্তৰ লিখা : 2×5-10 (a) Mention two causes of conflict between the Centre and the States. কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ সংঘাতৰ দুটা কাৰণ উল্লেখ কৰা। (b) When was the Election Commission formed? Who is the present Chief Election Commissioner of India? নির্বাচন আয়োগ কোন চনত স্থাপিত হৈছিল? ভাৰতৰ বৰ্তমানৰ মুখ্য নির্বাচনী আয়ুক্তগৰাকীৰ নাম কি? (c) Write two characteristics of party system in India. ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা চাৰিত্ৰিক বৈশিষ্ট্য লিখা। (d) Write two legislative relations between the Centre and the States. কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ দুটা বিধায়িনী সম্পর্ক লিখা। (e) Write two causes for the rise of terrorism in India. ভাৰতত সন্ত্রাসবাদ উত্থানৰ দুটা কাৰণ লিখা। 3. Write short notes on any four of the following: তলৰ যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা : 5×4=20 (a) Inter-State Council আন্তঃৰাজ্যিক পৰিষদ (b) Proportional representation আনুপাতিক প্রতিনিধিত্ব (c) Article 356 ৩৫৬ নম্বৰ অনুচ্ছেদ (d) Bharatiya Janata Party ভাৰতীয় জনতা পার্টি (e) Relevance of regional political party in Assam অসমত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা (f) Changing trend in Centre-State relations কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্কৰ পৰিৱৰ্তিত ধাৰা 4. Answer the following questions: তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া : 10×4=40 (a) What is national integration? Discuss the importance of national integration in a vast and diverse country like India. 3+7=10 জাতীয় সংহতি কি? ভাৰতৰ দৰে বিশাল আৰু বৈচিত্র্যপূর্ণ দেশ এখনত জাতীয় সংহতিৰ গুৰুত্ব আলোচনা কৰা। Or/ নাইবা Discuss the causes of rise of regionalism in India. Is regionalism a challenge to national integration? Justify your answer. 7+3-10 ভাৰতত আঞ্চলিকতাবাদ উত্থানৰ কাৰণসমূহ আলোচনা কৰা। আঞ্চলিকতাবাদ জাতীয় সংহতিৰ বাবে এক প্রত্যাহ্বাননেকি? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দিয়া। (b) Discuss the role of the Governor in Centre-State relations in India. ভাৰতত কেন্দ্ৰ-ৰাজ্য সম্পৰ্কত ৰাজ্যপালৰ ভূমিকা আলোচনা কৰা। Or / নাইবা Discuss the constitutional provisions relating to Centre-State financial relations in India. ভাৰতত কেন্দ্ৰ-ৰাজ্য বিত্তীয় সম্পৰ্কৰ সৈতে জড়িত সাংবিধানিক ব্যৱস্থাসমূহ আলোচনা কৰা। 10 10 (c) Discuss about the election system of India. What type of suggestions you wish to offer to have a healthy electoral process in India? 7+3-10 ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাটোৰ আলোচনা কৰা। ভাৰতৰ নির্বাচনী প্রক্রিয়াটো সুস্থভাৱে ৰাখিবলৈ তুমি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব বিচৰা? Or / নাইবা What is coalition politics? Discuss the state of nature of coalition politics in India. 3+7=10 সংযুক্ত ৰাজনীতি কি? ভাৰতত সংযুক্ত ৰাজনীতিৰ প্ৰকৃতি আলোচনা কৰা। (d) What do you mean by casteism? Discuss the role of caste in Indian politics. 3+7=10 জাতিপ্রথা মানে কি বুজা? ভাৰতীয় ৰাজনীতিত জাতিৰ ভূমিকা আলোচনা কৰা। Or / নাইবা What do you mean by communalism? Discuss the causes of communalism in India. সাম্প্রদায়িকতাবাদ মানে কি বুজা? ভাৰতত সাম্প্রদায়িকতাবাদৰ কাৰণসমূহ আলোচনা কৰা। 3+7-10 *** 3 (Sem-2) PSC M 2