B.Com 1st Sem Sessional Exam 2022 PDF

Summary

This is a B.Com 1st sem sessional exam from 2022. It includes multiple choice questions, short answer questions, and an essay question on business communication.

Full Transcript

# Sessional Examination-2022 ## Class- B.Com. ### 1st Sem ### Paper-AECC-1014 **Marks-30** **Time- 1.15 hrs** 1. চমু প্ৰশ্নৰ উত্তৰ লিখা। * ক) যোগাযোগ বুলিলে কি বুজা? * খ) ব্যৱসায় যোগাযোগ বুলিলে কি বুজা? * গ) লিখিত যোগাযোগ কাক বোলে? * ঘ) বজাৰ বুলিলে কি বুজা? * ঙ) সাম্প্রতিক...

# Sessional Examination-2022 ## Class- B.Com. ### 1st Sem ### Paper-AECC-1014 **Marks-30** **Time- 1.15 hrs** 1. চমু প্ৰশ্নৰ উত্তৰ লিখা। * ক) যোগাযোগ বুলিলে কি বুজা? * খ) ব্যৱসায় যোগাযোগ বুলিলে কি বুজা? * গ) লিখিত যোগাযোগ কাক বোলে? * ঘ) বজাৰ বুলিলে কি বুজা? * ঙ) সাম্প্রতিক সময়ত বজাৰ শব্দই কি কি দিশ সামৰি লৈছে? * চ) যোগাযোগ কাক বোলে? ই কেই প্ৰকাৰৰ লিখা। * ছ) যোগাযোগ মাধ্যমৰ দুটা ভাষিক প্রতিবন্ধকতা উল্লেখ কৰা। * জ) মৌখিক যোগাযোগৰ ক্ষেত্ৰত দুটা প্রতিবন্ধকতা উল্লেখ কৰা। * ঝ) মৌখিক যোগাযোগৰ যিকোনো দুটা সুবিধা উল্লেখ কৰা। * ঞ) ভাষাগত বাধা বুলিলে কি বুজা? **2x10=20** 2. ব্যৱসায় যোগাযোগৰ মাধ্যমেৰে ব্যৱসায় প্ৰতিষ্ঠান এটাই কিদৰে সফলতা অর্জন কৰিব পাৰে সেই বিষয়ে বহলাই আলোচনা কৰা। **10** *****

Use Quizgecko on...
Browser
Browser